জিমি হেণ্ডৰিক্সে অনামি প্ৰেমিকালৈ লিখা চিঠি -
অনুবাদঃ লিজা বৰা
অনুবাদঃ লিজা বৰা
কণমানি ছোৱালী
সুখবোৰ তোমাৰ নিজৰ ভিতৰতেই আছে...সেয়ে অন্তৰৰ পৰা শিকলিবোৰ ভাঙি পেলোৱা
আৰু নিজকে বাঢ়িবলৈ দিয়া-
তুমি এপাহি সুবাসিত ফুলৰ দৰে...
মই জানো উত্তৰটো-
তোমাৰ ডেউকা দুখন ব্যাপ্ত কৰি দিয়া আৰু নিজকে স্বাধীন কৰি তোলা৷
সদায়েই ভাল পাওঁ তোমাক
জিমি হেণ্ডৰিক্স
টোকাঃ জিমি হেণ্ডৰিক্স আছিল বিংশ শতিকাৰ আমেৰিকাৰ প্ৰখ্যাত গিটাৰিষ্ট৷ গিটাৰ
বাদনৰ উপৰিও তেওঁ আছিল একাধাৰে এগৰাকী গায়ক,সুৰকাৰ, লেখক৷ খুউব কম সময়ৰ বাবেহে তেওঁ
সংগীত জগতৰ সৈতে জড়িত আছিল যদিও সংগীতপ্ৰেমীয়ে আজিও তেওঁক শ্ৰদ্ধাৰে সোঁৱৰে৷
তেওঁৰ জন্ম ১৯৪২ চনৰ ২৭ নৱেম্বৰত৷
মৃত্যু ১৯৭০ চনৰ ১৮ ছেপ্তেম্বৰত লণ্ডন ।
মৃত্যু ১৯৭০ চনৰ ১৮ ছেপ্তেম্বৰত লণ্ডন ।
1 Comments
উপকৃত হলো
ReplyDelete