গধূলিতে
মূল (ইংৰাজী) : ড০ এপ্ৰিলীয়া জাংক(জাৰ্মানী)
অসমীয়া ভাঙনি : শঙ্কৰ শইকীয়া
লোণে চেলেকা নিঃসঙ্গ মেৰুত বাহ বিচৰা মই এটা সাগৰীয় হাঁহ হ'ম
ডেউকাৰ আঁৰত মূৰটো গুজি শুম আৰু সপোন দেখিম ন-কৈ ওপজা এটা বেলিৰ খিয়াতি
0 Comments