নাগৰিকত্ব
সংশোধনী আইন, ২০১৯-য়ে সমগ্ৰ ভাৰতৰ লগতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত এক তীব্ৰ
ৰাজনৈতিক আৰু সামাজিক ধুমাহাৰ সৃষ্টি কৰিছিল। কোনো অসমীয়াই কা-বিৰোধী আন্দোলনৰ সেই
উত্তপ্ত আৰু অগ্নিগৰ্ভ সময়চোৱাক পাহৰি যাব নোৱাৰে। কা-আন্দোলনৰ সময়চোৱাত বিভিন্ন
পক্ষৰ পৰা প্ৰশ্ন আহিছিল যে “কা’- মানে কি বা ইয়াক কিমান মানুহে পঢ়িছে বুলি। এখন আইনৰ বিৰোধিতা
কৰা বা ইয়াক সমৰ্থন কৰাৰ সমান্তৰালকৈ আমি আইনখন পঢ়াটো খুবেই প্ৰয়োজন। সেইবাবেই
আমি “Translators, অনুবাদক’-এ নাগৰিকত্ব সংশোধনী আইন, ২০১৯ বা CAA, 2019ৰ
মুকলি অসমীয়া অনুবাদ আগবঢ়াইছোঁ। ইচ্ছুক পাঠকে ডাউনলোড কৰক—
- Home
- অসমীয়ালৈ
- _কবিতা
- _গল্প
- _প্ৰবন্ধ
- __কেন্দ্ৰীয় প্ৰবন্ধ
- __অনান্য প্ৰবন্ধ
- _ঐতিহাসিক চিঠি-পত্ৰ
- _ঐতিহাসিক ডকুমেন্ট
- _বক্তৃতা
- _সাক্ষাৎকাৰ
- _লোক সাহিত্য
- To English
- _Poem
- _Story
- _Article
- _Speech
- _Interview
- _Folklores and Folk literatures
- অনুবাদ সম্পৰ্কীয়
- ধাৰাবাহিক অনুবাদ
- _উপন্যাস
- _গ্ৰন্থ
- _অনান্য
- ডাউনলোড জ'ন
- অনুবাদকৰ আড্ডা
- _প্ৰথম বৰ্ষ (২০২১)
- ভিডিও
- প্ৰকল্পলৈ অনুদান/List of Donors

0 Comments