গছবোৰ
মূলঃ ফ্ৰানজ কাফকা
অনুবাদঃ জ্যোতিশিখা দত্ত
আমাৰ বাবে বৰফত থকা স্কন্ধৰ নিছিনা । দেখাত লাগে সিহঁত মসৃণ হৈ পৰি আছে আৰু এটা সৰু ঠেলা সিঁহত ঘূৰ্ণমান হবলৈ
যথেষ্ট হব । নহয়, সেইটো কৰিব নোৱাৰি, সিহঁত ভূমিৰ লগত দৃঢ়ভাৱে যুক্ত হৈ আছে । কিন্তু চোৱা, আনকি সেইটোও দেখাত হে লাগে ।

1 Comments
Bhal lagil...
ReplyDelete